103
খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে আজি অভিযান চলাই তিনিজনকৈ মোবাইল চোৰক আটক কৰিবলৈ সক্ষম হয়।
খাৰুপেটীয়াৰ খেতেশ্বৰ গাঁৱৰ তপচেৰ আলী, আৰফান আলী আৰু আলম উদ্দিন নামৰ চোৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয়৷