199
ৰঙিয়াঃ ৰঙিয়াৰ আগশাৰীৰ সামাজিক তথা ক্ৰীড়া সংগঠন জনকল্যাণ ক্লাৱে আজি কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।
ৰঙিয়া প্ৰেগমেটিক একাডেমীত অনুষ্ঠিত এখন সভাত সামাজিক সংগঠনটোৱে ৰঙিয়া অঞ্চল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা যাচে।