117
কলিয়াবৰঃ সূৰ্য্যক প্ৰণাম জনাই কঠিয়া পাৰিলে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই৷ বানপীড়িত কৃষকক কঠিয়া যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা আঁচনিৰ বাবে এনেদৰে পথাৰত নামিল মন্ত্ৰীগৰাকী।
নগাঁও জিলাৰ কৃষি বিভাগে আজি কলিয়াবৰৰ দাৰিগজিত সমূহীয়া কঠিয়াতলী প্ৰস্তুত আঁচনিৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ জৰিয়তে।