Home ৰাজ্যধৰা পৰিল বোকাখাতৰ ভুৱা চিকিৎসক

ধৰা পৰিল বোকাখাতৰ ভুৱা চিকিৎসক

by News Desk
85 views
A+A-
Reset

কাজিৰঙাঃ অইন চিকিৎসকৰ পঞ্জীয়ন নম্বৰেৰে জালিয়াতি কৰি ডিফলু চাহ বাগিচাত কাৰ্যনিৰ্বাহ কৰি আছিল ডাঃ অচ্যুত হাজৰিকা ওৰফে ঋষভ হাজৰিকাই। বোকাখাত প্ৰেছ ক্লাবৰ তৎপৰতাত মুখ্য চিকিৎসকৰ উপস্থিতিত জোলোঙাৰ মেকুৰী ওলাই পৰাত চাকৰি ইস্তফা দি পলায়ন কৰে স্বয়ম্ভূ চিকিৎসকজনে।

ইয়াৰ পূৰ্বতেও ডাঃ ঋষভ হাজৰিকা নামেৰে ভুৱা পঞ্জীয়ন নম্বৰেৰে খুমটাই চাহ বাগিছাত চিকিৎসক হিচাপে কাম কৰি গ্ৰেপ্তাৰো হৈছিল এইজন চিকিৎসক। খুমটাই চাহ বাগিছাত ৰূপম হাজৰিকা নামৰ দিল্লীত কৰ্মৰত এজন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰিছিল এই চিকিৎসকজনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0