88
নগাঁওঃ পুনৰ বিতৰ্কত অসম সাহিত্য সভা। এইবাৰ হিতৈষী সভ্যৰ স্বীকৃতি পত্ৰক লৈ বিতৰ্কত সোমাই পৰিছে সাহিত্য সভা৷
তাৰিখ বিভ্ৰান্তিৰে হিতৈষী সভ্যৰ স্বীকৃতি পত্ৰ প্ৰদান কৰে নগাঁৱৰ এগৰাকী সাহিত্য অনুৰাগীক। নগাঁৱৰ পানীগাঁৱৰ শংকৰ মিশ্যন পথৰ জিনা বৰুৱা শইকীয়া নামৰ মহিলাগৰাকীক মঙলবাৰে প্ৰদান কৰে এই স্বীকৃতি পত্ৰ।