93
চাপৰঃ এটা চৰকাৰী বেংক। এবাৰ-দুবাৰ নহয় মুঠ ৯ বাৰকৈ ডকাইতি সংঘটিত হল এই বেংকটোত। চোৰ-ডকাইতৰ কাৰণে যেন সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে এই বেংকটো।
চোৰে ভালপোৱা এই বেংকটো হৈছে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বহলপুৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা।