67
গহপুৰঃ পুনৰ বানৰ কবলত পৰিছে গহপুৰ৷ গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নৈৰ মথাউৰি যোৱা ২১ জুনত ৬ নং ৱাৰ্ডত চিগাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।
গহপুৰ মহকুমা প্ৰশাসন আৰু জলসম্পদ বিভাগে চত্ৰঙৰ ভগ্ন মথাউৰি নিৰ্মাণ কৰিছিল যদিও ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ ফলত পুনৰ ভগ্ন মথাউৰীৰে পানী ওলাই পানীয়ে বুৰাই পেলায় বহু গাঁও৷