58
বাঘবৰঃ বৰপেটা জিলাৰ মন্দিয়াত আজি শান্তি সমিতি গঠন হয়৷ মন্দিয়া আৰক্ষী চকী প্ৰাংগনত অনুষ্ঠিত এখন সভাৰ জৰিয়তে গঠন কৰা হয় শান্তি সমিতি৷
প্ৰাক্তন অগপ নেতা ৰহম আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মব্লিক ব্ৰহ্ম সহিতে বৃহত্তৰ মন্দিয়াৰ সচেতন লোক উপস্থিত থাকে।