Home ৰাজ্যএই খন আমাৰ অসম, খিলঞ্জীয়াৰহে দপ দপনি চলিব

এই খন আমাৰ অসম, খিলঞ্জীয়াৰহে দপ দপনি চলিব

by News Desk
60 views
A+A-
Reset

ৰঙিয়াঃ এই খন আমাৰ অসম৷ ইয়াত কেৱল খিলঞ্জীয়া মানুহৰহে দপ দপনি চলিব। নগাঁও কাণ্ডত আছুৰ কেন্দ্ৰীয় নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি সৰৱ চৰ্চা চলি থকাৰ সময়তে আজি আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যই ৰঙিয়াত এনেদৰে বিস্ফোৰক মন্তব্য কৰে৷

আছুৰ উপদেষ্টাগৰাকীয়ে ৰঙিয়া মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ গৈ এক সংবাদমেল অনুষ্ঠিত কৰি নগাঁও কাণ্ডত জড়িত সকলোকে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব বুলি কয়। অসমৰ জাতি-জনগোষ্ঠীৰ লোক ঐক্যবদ্ধ হ’ব লাগিব বুলি দোহাৰি আক্ৰমণকাৰীক কঠোৰ ভাবে সকীয়াই দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0