বিশ্বৰ আজৱ খবৰ দিয়া ৰীমাৰ অকাল মৃত্যু, ৰাজ্যজুৰি শোক

Home ৰাজ্যবিশ্বৰ আজৱ খবৰ দিয়া ৰীমাৰ অকাল মৃত্যু, ৰাজ্যজুৰি শোক

বিশ্বৰ আজৱ খবৰ দিয়া ৰীমাৰ অকাল মৃত্যু, ৰাজ্যজুৰি শোক

by News Desk
55 views
A+A-
Reset

গুৱাহাটীঃ মৃত্যু আহে জীৱনলৈ গোপনে গোপনে৷ মৃত্যু ৰৈ থাকে এছাটি বতাহ হৈ অট্টালিকাৰ ছাদত৷ মৃত্যু ৰৈ থাকে এটা ছাঁ হৈ ব্যস্ত ৰাজপথত৷ সুযোগ পালেই যিয়ে কোঙা কৰে সপোনৰ দুই হাত৷ সুযোগ পালেই মৃত্যুৱে কাঢ়ি লৈ যায় দুওঁঠৰ মাত৷ শনিবাৰে মাজনিশাও মৃত্যুৰ ছাঁই কাঢ়ি লৈ গ’ল লাহে লাহে জ্বলি উঠা এটি তৰাৰ দীপ্তি৷

বিশ্বৰ আজৱ খবৰ দি জনপ্ৰিয় হৈ পৰা উদীয়মান সাংবাদিক ৰীমা শৰ্মা আৰু নাই। বিশ্বৰ বিভিন্ন প্ৰন্তৰ আজৱ খবৰ প্ৰচাৰ কৰি জনপ্ৰিয় হৈ পৰা ৰীমা শৰ্মাই নিয়তিৰ ওচৰত হাৰ মানিলে। শনিবাৰে নিশা মহানগৰীত এক পথ দুৰ্ঘটনাত পতিত হৈ ৰীমাই অকালতে প্ৰাণ হেৰুৱায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0