58
জাজৰিঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভূক্ত নগাঁও জিলা কবি সন্মিলনৰ গুৰুত্বপূৰ্ন কাৰ্যনিৰ্বাহক সভা নগাঁও চহৰৰ চানক্য জুনিয়ৰ কলেজ প্ৰাংগনত অনুষ্ঠিত হয়।
জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাত জিলা খনৰ নবীন প্ৰবীন কবি সকলক একত্রিত কৰি প্ৰতিভা বিকাশৰ এক বহল মঞ্চ সৃষ্টিৰ চিন্তাৰে সভাত উপস্থিত বিশিষ্ট কবি লক্ষেশ্বৰ শৰ্মা, মোলান লষ্কৰ, বিপুল কলিতা, শিৱ প্ৰসাদ বৰাই বক্তব্য আগবঢ়ায়।