গ্ৰাহকক ৰ্দুব্যৱহাৰ, বেংকৰ বিষয়াৰ বিৰুদ্ধে গোচৰ

Home ৰাজ্যগ্ৰাহকক ৰ্দুব্যৱহাৰ, বেংকৰ বিষয়াৰ বিৰুদ্ধে গোচৰ

গ্ৰাহকক ৰ্দুব্যৱহাৰ, বেংকৰ বিষয়াৰ বিৰুদ্ধে গোচৰ

by News Desk
60 views
A+A-
Reset

বিহালীঃ বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰীত বেংকৰ শাখাৰ ভিতৰতে বেংক বিষয়াই একাংশ লোকক ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত৷ এলাহাবাদ বেংকৰ বাঘমাৰী শাখাৰ সহ পৰিছালক সমৰজ্যোতি সোণোৱালৰ বিৰুদ্ধে একাংশ গ্ৰাহকে ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি জিনজিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় তিনি বজাত বেংকৰ শাখাটোৰ ভিতৰত একাংশ গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ কেৱল ৰ্দুব্যৱহাৰ কৰাৰ লগতে নিজৰ মোবাইলত ফটো তুলি ভয় দেখুৱাৰ অভিযোগ উত্থাপন হয় বেংক বিষয়া সোণোৱালৰ বিৰুদ্ধে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0