58
গুৱাহাটীঃ মহানগৰীৰ ধীৰেণপাৰাবাসীৰ উত্তাল প্ৰতিবাদ৷ সাংবাদিক আক্ৰমণকাৰীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত আজি ধীৰেণপাৰাৰ শ শ লোক ওলাই আহে ৰাজপথলৈ৷
২৬ আগষ্টৰ নিশা প্ৰায় ১১ বজাত ধীৰেণপাৰাত আগশাৰীৰ নিউজ চেনেল নিউজ লাইভৰ সাংবাদিক বিমান কলিতাক দুৰ্বত্তই চুৰিকাঘাট কৰে৷ কোনো লোকে বাটৰ হেঙাৰ আঁতৰাবলৈ সাংবাদিকগৰাকীক এনেদৰে আক্ৰংমণ কৰা বুলি অভিযোগ উত্থাপিত হয়৷