Home ৰাজ্যৰেল লাইনত ভূমিস্খলন, আবদ্ধ কেইবাখনো ৰেল

ৰেল লাইনত ভূমিস্খলন, আবদ্ধ কেইবাখনো ৰেল

by News Desk
76 views
A+A-
Reset

লামডিংঃ ৰেল লাইনৰ মাজতে ভুমিস্খলন হৈ আবদ্ধ হৈ পৰিছে কেইবাখনে ৰেল৷ লামডিঙত বৰষুনৰ ফলত পাহাৰৰ মাটি খহি হাৱাইপুৰ আৰু লামচাখং ৰেল ষ্টেচনৰ মাজত ৰেল লাইন আবদ্ধ হৈ পৰে৷ যাৰ ফলত কেইবাখনো গুৰুত্বপূৰ্ণ ৰেল বিভিন্ন ঠাইত আবদ্ধ হৈ পৰাত ৰেল চলাচল বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷

উজনিমুৱা জনশতাব্দী ট্ৰেইনখন দলপুখুৰীত, উজনিমুৱা নাগালেণ্ড এক্সপ্ৰেছ ৰেলগাড়ীখন হাৱাইপুৰত, নামনিমুৱা মৰিয়নী ৰেলগাড়ীখন লামডিঙত আবদ্ধ হৈ পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0