Home ৰাজ্যমুকালমুৱাত মহিলাৰ মৃতদেহ উদ্ধাৰ

মুকালমুৱাত মহিলাৰ মৃতদেহ উদ্ধাৰ

by News Desk
56 views
A+A-
Reset

বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত বেজকুছিত আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লোহাৰকাঠাৰ পৰা আৰিকুছিলৈ যোৱা পথৰ বেজকুছিৰ দলংৰ তলত পানীত পৰি থকা অৱস্থাত মৃত মহিলা গৰাকীক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে৷

প্ৰায় ৩০ বছৰীয়া মহিলা গৰাকীক কোনো দুৰ্বৃত্বই নিশাৰ ভাগত ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে৷ মৃত মহিলা গৰাকীয়ে পৰিহিত কাপোৰৰ অৱস্থালৈ চাই ধৰ্ষণৰ সন্দেহ ঘনীভূত হৈছে স্থানীয় ৰাইজৰ মাজত৷ স্থানীয় লোকে মহিলা গৰাকীক এনে অৱস্থাত প্ৰত্যক্ষ কৰি মুকালমুৱা আৰক্ষী খৱৰ দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0