Home ক্ৰীড়ানলবাৰীত আন্তঃ উচ্চতৰ মাধ্যমিক ফুটবল প্ৰতিযোগিতাৰ উদ্বোধন

নলবাৰীত আন্তঃ উচ্চতৰ মাধ্যমিক ফুটবল প্ৰতিযোগিতাৰ উদ্বোধন

by News Desk
A+A-
Reset
91730095-4820-4d63-8b53-907b999f9952

নলবাৰীঃ আজিৰ পৰা  নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত প্ৰয়াস গৰ্ডন এলুমণি এচোচিয়েচন আৰু চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যত প্ৰথম বাৰ্ষিক আন্তঃ উচ্চতৰ মাধ্যমিক প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়।

উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। তেওঁ উদ্বোধনী ভাষণত কয় যে খেলে স্বাস্থ্য সুন্দৰ কৰি ৰাখে। গতিকে যুৱ, ছাত্ৰ সমাজে ইয়াৰ  ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। সম্পাদক পাৰ্থ প্ৰতীম লহকৰে আতঁ ধৰা অনুষ্ঠানত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত শৰ্মা সহ কেইবাগৰাকী ক্ৰীড়াবিদ উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0