51
কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ শনি মন্দিৰৰ পূজাৰী নিখিল দেৱনাথৰ হত্যাকাণ্ডই ২৪ ঘন্টা অতিক্ৰম কৰিলে যদিও অদ্যপি আৰক্ষীয়ে হত্যাকাণ্ডটোৰ সৈতে জড়িত থকা দূৰ্বৃত্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ৷
অৱশ্যে আৰক্ষীয়ে কালিয়েই হত্যাকাণ্ডটোৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে যদিও তদন্তৰ খাতিৰত আটকাধীন লোক দুজনৰ নাম প্ৰকাশৰ পৰাও বিৰত আছে ৷