85
গুৱাহাটীঃ গানে কি আনে সুৰৰ সোপানে সোপানে৷ গানে শব্দৰ মাজেৰে কঢ়িয়াই আনে সুখৰ বতৰা৷ গানে আনে শান্তি, গানে আনে জীৱনৰ প্ৰশস্তি৷ এই গানৰ মাজতে এখোজ দুখোজ কৈ আগবঢ়া উদীয়মান কণ্ঠশিল্পী ৰূপাংকৰ ডেকাই সংগীতৰ জগতখনত সংযোজন ঘটালে এমুঠি সুৰীয়া গীত৷
আজি গুৱাহাটী প্ৰেচ ক্লাবত শুভমুক্তি লাভ কৰা প্ৰয়াস নামৰ গীতৰ এলবামখনি উন্মোচন কৰি তেওঁ গানৰ পথাৰখনত খোজ দিয়ে৷