54
কামপুৰঃ অসমীয়াৰ স্বাভীমানত আঘাত হানি নগাঁও জিলাৰ জুৰীয়াত অসমীয়াৰ চেনেহৰ গামোচাখনি দুস্কৃতিকাৰীয়ে জ্বলাই দিয়াক কেন্দ্ৰ কৰি এতিয়া সৰ্বত্ৰে প্ৰতিবাদৰ জুয়ে জ্বলাইছে অসম৷
নগাঁৱৰ জুৰীয়াত অসমীয়া স্বাভীমানৰ প্ৰতীক অসমীয়া গামোচা জ্বলাই দিয়া দূস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত আজি কামপুৰতো ‘ছাত্ৰ ঐক্য সেনা অসম’এ এক জোঁৰ সমদল বাহিৰ কৰে।