Home ৰাজ্যলংকাত বাছ চালক সন্থাৰ অভিনৱ প্ৰতিবাদ

লংকাত বাছ চালক সন্থাৰ অভিনৱ প্ৰতিবাদ

by News Desk
55 views
A+A-
Reset

লংকাঃ লংকাত যোৱা ১৫ ছেপ্টেম্বৰত গাড়ী চালকক লংকাৰ এগৰাকী বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগত সেইদিনা দুপৰীয়াৰ ভাগত উত্তাল হৈ পৰিছিল লংকা চহৰ৷ লংকাৰ বিজেপিৰ মণ্ডল কমিটিৰ সম্পাদক পাপু দে নামৰ লোকজনে এখন বাহনৰ গাড়ী চালকক ৰাজপথৰ ওপৰতে প্ৰহাৰ কৰাৰ অভিযোগ তুলি যোৱা ১৫ ছেপ্টেম্বৰত লংকা বাছ চালক সন্থাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাবস্ত্য কৰাৰ লগতে পাপু দে অতি শীঘ্ৰে উচিত শাস্তি বিহাৰ দাবী তুলিছিল৷ 

আনহাতে সেই চালকক আক্ৰমণ কৰাৰ ঘটনাৰ আঁত ধৰি মংগলবাৰে সন্ধিয়া এক অভিনৱ কাৰ্যসূচীৰে লংকা বাছ চালক সন্থাই বিজেপি কৰ্মী গৰাকীয়ে উচিত শাস্তি পোৱাৰ দাবীত এক সৱ ধৰ্ম পাঠ কাৰ্যসূচীৰে বিজেপি কৰ্মী পাপু দেৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0