71
চাবুৱাঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক ৰূপত বন বিভাগৰ চকুৰ সন্মুখতে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেপাৰ।তিনিচুকীয়া ডিব্ৰু নৈ আৰু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি দিনে-নিশাই সৰবৰাহ হৈ আহিছে এতিয়া চোৰাং কাঠৰ শ-শ চালি।
অৰুণাচলৰ লগতে বহু অঞ্চলৰ মূল্যৱান গছসমূহ কাটি একাংশ ব্যৱহায়ীয়ে চোৰাং কাঠ সৰবৰাহ কৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায়।