Home ক্ৰীড়াএতিয়াৰ পৰা আম্পায়াৰৰ হাতত থাকিব ফিটা-লাল কাৰ্ড

এতিয়াৰ পৰা আম্পায়াৰৰ হাতত থাকিব ফিটা-লাল কাৰ্ড

by News Desk
109 views
A+A-
Reset

ডিজিটেল ডেস্কঃ আইচিচিয়ে সলনি কৰিলে ক্ৰিকেটৰ নিয়ম৷ ২৮ ছেপ্তেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন নিয়মসমূহ কাৰ্যকৰী হ’ব৷ আইচিচিয়ে বেটৰ জোখ সলনি কৰিছে বুলিও জানিব পৰা গৈছে৷ খেলুৱৈয়ে দুৰ্ব্যৱহাৰ কৰিলে খেল পথাৰৰ ভিতৰতে শাস্তি ঘোষণা কৰিব পাৰিব আম্পায়াৰে৷ ফুটবলৰ দৰে লাল কাৰ্ড দেখুৱাব পাৰিব ক্ৰিকেটত৷ নতুন নিয়ম কাৰ্যকৰী হ’ব দক্ষিণ আফ্ৰিকা বনাম বাংলাদেশ, পাকিস্তান বনাম শ্ৰীলংকা টেষ্টত৷

আইচিচিয়ে ‘এমচিচি লট’ছ অৱ ক্ৰিকেট’ ২০১৭-কোডত এই নিয়ম সমূহ অন্তৰ্ভুক্ত কৰিব৷ আইচিচিৰ মহা প্ৰৱন্ধক জিওফ আলৰ্ডাইচে আম্পায়াৰ সকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত কৰা বুলি কৈ এমচিচিৰ প্ৰস্তাৱৰ ভিত্তিত নিয়ম সলনি কৰাৰ কথা উল্লেখ কৰে৷ আম্পায়াৰসকলক লৈ এই নিয়মসমূহ বুজাবলৈ কৰ্মশালা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি এতিয়া আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সাজু বুলি কয় জিওফে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0