84
ফিল’বাৰীঃ সাংবাদিকৰ সুৰক্ষা, ন্যায় তথা বিভিন্ন সমস্যা সন্দৰ্ভত সক্ৰিয় ভূমিকা পালন কৰি অহা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়নে ২৫ বছৰ অতিক্ৰম কৰিলে ৷ ২৫টা বছৰ অতিক্ৰম কৰা সাংবাদিক সংগঠনটোৱে তিনিচুকীয়া জিলাৰ কয়লা নগৰী মাৰ্ঘেৰিটাৰ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ সমাৰোহ।
