112
বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰত দেওবাৰে দেখুৱাব ভৰিৰ যাদু৷ বঢ়মপুৰৰ কচকো ক্লাৱৰ উদ্যোগত আৰু কলাগুৰু বিষ্ণুৰাভা ফাউনণ্ডেছনৰ সহযোগত দেওবাৰে বঢ়মপুৰত অনুষ্ঠিত কৰিছে এখন প্ৰীতি ফুটবল মেচ৷
বঢ়মপুৰ হাইস্কুল খেলপথাৰত বিয়লি দুই বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰীতি ফুটবল মেচত জুবিন একাদশ আৰু কচকো ক্লাৱৰ মাজত অনুষ্ঠিত হব৷