110
খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ ৬নং বিথুং-ৰেংথেমা সমষ্টিৰ অন্তৰ্গত তুমপ্ৰেঙত শনিবাৰে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’ আৰু কাৰ্যবাহী সদস্য অমৰছিং তিছে কেইবাটাও আধাৰশিলা স্থাপন কৰে৷ তুমপ্ৰেঙৰ ৰংখাং উন্নয়ণ খণ্ডৰ তুমপ্ৰেং গড়কাপ্তানী পথৰ পৰা ৰংপিলৈ পেভাৰ্চ পথ, তুমপ্ৰেং বজাৰৰ পৰা বালিগাঁও নামঘৰ আৰু তুমপ্ৰেং মাজগাঁৱৰ পৰা কৃষি পথাৰ সংলগ্ন পথৰ আধাৰশিলা স্থাপন কৰে৷
