73
চতিয়াঃ ৰাইজে অগ্নি সংযোগ কৰিলে NDFBৰ ডেজিগনেটেড কেম্পত৷ ক্ষোভিত ৰাইজে বিশ্বনাথৰ বালিজুৰিত অগ্নি সংযোগ কৰে NDFBৰ কেম্পত৷
বিশ্বনাথ জিলাৰ বালিজুৰিত আলোচনাপন্থী NDFBৰ কেম্পৰ এনডিএফবিৰ কেডাৰে এগৰাকী স্থানীয় যুৱকক মাৰ-ধৰ কৰাৰ পিছতে ৰাইজে NDFBৰ কেম্প ঘেৰাও কৰে৷