129
মুকালমুৱাঃ কিন কিনিয়া বৰষুণ দি থকাৰ বাবে তেও ঘৰৰ পৰা ওলাই আহিব পৰা নাছিল৷ শুকুৰবাৰে বজাৰলৈ আহি পাকঘৰৰ সা-সামগ্ৰী নিয়াৰ কথা আছিল৷ কিন্তু বতৰে বিধি-পথালি দিয়ে৷
শুকুৰবাৰে বজাৰলৈ অহা নহ’ল৷ পাকঘৰত নাছিল নিশাৰ সাজৰ বাবে যোগাৰ৷ পৰিয়ালৰ লোকৰ কথা মতে শনিবাৰে বিয়লি ওলাই আহিছিল বজাৰলৈ৷ বজাৰলৈ আহি বজাৰ-সামৰ কৰি চাইকেল খনত উঠি ঘৰলৈ গৈ আছিল৷ কিন্তু বিধিৰ বিপাক৷