Home ৰাজ্যনাওবৈচাত ৩০ বছৰে বিকল জলসিঞ্চন আচঁনি

নাওবৈচাত ৩০ বছৰে বিকল জলসিঞ্চন আচঁনি

by News Desk
61 views
A+A-
Reset

নাওবৈচাঃ দেশৰ কেইবাখনো কৃষি নিৰ্ভৰশীল ৰাজ্যই কৃষিক্ষেত্ৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি উদ্যোগ প্ৰধান ৰাজ্যসমূহৰ সৈতে সমানে ফেৰমাৰি আগবাঢ়ি যোৱাৰ বিপৰীতে কৃষি প্ৰধান ৰাজ্য অসমৰ উন্নয়ন আজিও লেখত ল’বলগীয়া ধৰণে হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষি ভিত্তিক অৰ্থনীতি টনকিয়াল কৰি দেশৰ কৃষকসকলৰ অৱস্থা স্বচ্ছল কৰি তোলাৰ বাবে যথেষ্ট কেন্দ্ৰীয় পুঁজি বিভিন্ন কৃষিভিত্তিক আঁচনিৰ বাবে আৱণ্টন দি আহিছে।

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়নেৰে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই কৃষিক্ষেত্ৰত সেউজ বিপ্লৱ আনিবলৈ সক্ষম হৈছে। বিপৰীতে অসমৰ কৃষিক্ষেত্ৰৰ উন্নয়ন আজিও পুতৌ লগা।পূৰ্বৰ অসম চৰকাৰে কাগজে-কলমে বহু কৃষি ভিত্তিক আঁচনি ৰূপায়ন কৰিছিল যদিও উক্ত আঁচনিসমূহৰ পৰা ৰাজ্যখনৰ প্ৰকৃত কৃষক-কৃষিক্ষেত্ৰৰ উন্নয়ন হোৱাৰ বিপৰীতে একাংশ ৰাজনৈতিক নেতা-পালিনেতাৰহে উন্নয়ন সাধন হয়। ফলস্বৰূপে ৰাজ্যখনৰ কৃষি ক্ষেত্ৰৰ কোনোধৰণৰ কাৰ্যকৰী উন্নয়ন সাধন নহ’ল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0