Home ৰাজ্যদুদিনীয়া ভ্ৰমণসূচী লৈ কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল

দুদিনীয়া ভ্ৰমণসূচী লৈ কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল

by News Desk
59 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰত আজি দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত উপস্থিত হৈছে । কোকৰাঝাৰত ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত উপস্থিত হৈয়ে আবৰ্তভৱনত সকলো বিভাগৰ মূৰব্বী বিষয়াৰ সতে আলোচনাত অংশগ্ৰহণ কৰি বিভাগীয় সচ্ছতা আৰু নিয়মানুবৰ্তীতা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে জনসাধাৰণৰ সমস্যাসমুহ ক্ষিপ্ৰতাৰে সমাধান কৰাৰ পৰামৰ্শ আগবঢ়ায় ।

ইয়াৰোপৰি ৰাজ্যপালগৰাকীয়ে আৰক্ষী আৰু জিলা প্ৰশাসনৰ লগতো বৈঠকত মিলিত হয় । কোকৰাঝাৰত পৰ্দাপণ কৰাৰ পিছতে ৰাজ্যপালগৰাকীক বিটিচিৰ মুখ্য সচিব বীৰেন্দ্ৰ চন্দ্ৰ ফুকন , জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী , জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, বিটিএডিৰ ভাৰপ্ৰাপ্ত আইজিপি এল আৰ বৈষ্ণয়ে উষ্ম আদৰণি জনায় ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0