53
তিনিচুকীয়াঃ ‘একবিংশ শতিকাৰ ভাষা, জাতি আৰু পৰিচয়’ শীৰ্ষক বিষয়ক লৈ তিনিচুকীয়া মহাবিদ্যালয়ত যোৱা ১১ আৰু ১২ ফ্ৰেব্ৰুৱাৰীত এখন আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়।
ইণ্ডিয়ান কাউন্সিল অফ ছ’চিয়েল ৰিচাৰ্ছৰ সৌজন্যত ইংলিছ লেংগুৱেজ টিছিং কমিউনিটীয়ে (অসম চেপ্তাৰ) মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহযোগত আয়োজন কৰা আলোচনা-চক্ৰখনত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে ইএফলইউ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জেড এন পাটিলে।