56
বালিপৰাঃ বালিপৰাj চাৰিদুৱাতৰ বন বিভাগে অভিযান চলাই অবৈধ শিল কঢ়িওৱা দুখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়৷
চাৰিদুৱাৰ আৰক্ষীয়ে AR-02-8219 আৰু AR-04-5761 নম্বৰৰ ডাম্পাৰ দুখন নামেৰী-লিপৰা বনাঞ্চলৰ পৰা তেজপুৰলৈ শিল কঢ়িয়াই আনি থকাৰ সময়ত জব্দ কৰে৷