103
ডিজিটেল ডেস্কঃ ২০১৪ চনৰ পৰা দেশৰ ৰাজনীতিত চৰ্চাত থকা মানুহ জনেই হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোডী। বিজেপি দলৰ নেতা ৰাইজৰ সমানে প্ৰিয়।
দলৰ সকলোৰে প্ৰিয় বাবেই শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ সাজু হৈ থাকে নেতা-কৰ্মীয়ে।কন্তু বিহাৰ বিজেপিৰ এগৰাকী নেতাই সকলো সীমা চেৰাই গ’ল মোডীক সুৰক্ষা দিয়াৰ স্বাৰ্থত। মোডীৰ বিৰুদ্ধে যিয়ে আঙুলি টোৱাই কথা কোৱা লোকৰ আঙুলি কাটি দিয়াৰ নিৰ্দেশ দিয়ে।