Home ৰাজ্যকাৰ্বি পাহাৰত চান্দা তোলা গুণ্ডাৰ অতপালিত অতীষ্ঠ ব্যৱসায়ী, ৰাজ্য পথলৈ ওলাই আহিল ব্যৱসায়ী

কাৰ্বি পাহাৰত চান্দা তোলা গুণ্ডাৰ অতপালিত অতীষ্ঠ ব্যৱসায়ী, ৰাজ্য পথলৈ ওলাই আহিল ব্যৱসায়ী

by News Desk
63 views
A+A-
Reset

ডিফুঃ অতিষ্ঠ হৈ পৰিছে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ব্যৱসায়ী। চান্দা সংস্কৃতিৰ বাবে অতিষ্ঠ হৈ পৰিছে। চান্দা সংগ্ৰহৰ নামত একাংশ সংগঠনে হাৰাশাস্তি কৰাৰ অভিযোগত মঙলবাৰে সৰৱ হৈ পৰ চেম্বাৰ অফ কমাৰ্চ চমুকৈ কে এ চিচি৷ দীৰ্ঘ দিনৰ পৰা সংগঠন সমূহৰ পৰা চান্দাৰ নামত অত্যাচাৰ কৰি অহাৰ ঘটনাৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহে৷

মঙলবাৰে পুৱাৰে পৰা ব্যৱসায়ী সকলে নিজৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান সমূহ বন্ধ কৰি স্বতঃস্ফুৰ্ত ভাৱে ডিফু চেম্বাৰ অফ কমাৰ্চৰ মুখ্য কাৰ্যালয়ৰ ওচৰত সমবেত হয়৷ পিছত কে এ চিচিৰ উদ্যোগত চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছাৰ নেতৃত্বত প্ৰায় ২ সহস্ৰাধিক সমৰ্থকৰ অংশ গ্ৰহণেৰ ডিফু চহৰৰ মাজেৰে শান্তি সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়লৈ যায়, তাত কাৰ্যবাহী দণ্ডাধীশ দৈমাৰীয়ে কে এ চিচিৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0