Home ৰাজ্যনৈৰ পাৰত চটফটাইছে এটি বনৰীয়া হাতীয়ে, শুই আছে বন বিভাগ

নৈৰ পাৰত চটফটাইছে এটি বনৰীয়া হাতীয়ে, শুই আছে বন বিভাগ

by News Desk
61 views
A+A-
Reset

ডিমাকুছিঃ নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা কৈ অগপ, বিজেপি আৰু বিপিএফ মিত্ৰজোঁটে ভোট ভিক্ষা কৰিছিল৷ বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে৷ নিৰ্বাচনত গঁড়-হাতী হত্যা নিৰ্বাচনৰ ইচ্ছ্যু কৰি ব্যাপক প্ৰচাৰ চলাইছিল৷

গঁড়-হাতী হত্যা ইচ্ছুৰে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল শাসকীয় কংগ্ৰেছৰ সন্মুখত৷ কিন্তু মিত্ৰ জোঁটৰ তিনিটা দলে প্ৰায় ২০ মাহ পূৰ্বে শাসনৰ গাডী দখল কৰিলে যদিও কংগ্ৰেছ চৰকাৰৰ সময়ৰ দৰে আজিও গঁড় হত্যা হোৱাৰ লগতে হাতীৰ মৃত্যু হৈ আহিছে৷ তাৰ মাজতে এটি প্ৰকাণ্ড আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে মৃত্যুৰ সৈতে যুজ দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0