Home ৰাজ্যজয়ন্ত বৰুৱাক লাচিত বঁটা প্ৰদানত ক্ষোভ, প্ৰচাৰ কৰা নাই লাচিত সন্দৰ্ভত বাতৰি

জয়ন্ত বৰুৱাক লাচিত বঁটা প্ৰদানত ক্ষোভ, প্ৰচাৰ কৰা নাই লাচিত সন্দৰ্ভত বাতৰি

by News Desk
90 views
A+A-
Reset

নামতিঃ অসম আৰু অসমীয়াৰ হকে যুজ দি অসমক ৰক্ষা কৰা দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক লাচিত বৰফুকনক শিৱসগাৰ জিলাত শ্ৰদ্ধাঞ্জলি যাচে দল-সংগঠনে৷ সদৌ তাই আহোম ছাত্র সন্থাৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিয়ে লাচিত দিৱস উদযাপন কৰে। নামতি খেজুৰিতলৰ ন-পুখুৰী পাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁত ধৰে নুপুৰ নেওগে।

বিশিষ্ট সমাজকর্মী নৃপেন গগৈয়ে বন্তি প্রজ্বলন কৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক টাইপাই ঘোষণা কৰা ২০১৭ বৰ্ষৰ “লাচিত বঁটা” মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰাত অভিনন্দন যাচে৷ উজনি অসম সংস্কৰণৰ যোৰহাটৰ পৰা প্রকাশিত জনপ্রিয় এখন দৈনিক বাতৰি কাকতে মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে এটা বাক্যও প্রকাশ নকৰা কার্যক তীব্র ভাষাৰে গৰিহণা দিয়ে। তেও জয়ন্ত বৰুৱাক বঁটা দিয়াৰ বাবেই বাতৰি প্ৰকাশ নকৰা বুলি ক্ষোভ ব্যক্ত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0