Home ৰাজ্যৰাজীৱ, পংকজ, লালজিৎ হ’ত দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱাৰ বন্ধু হৈ থাকক

ৰাজীৱ, পংকজ, লালজিৎ হ’ত দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱাৰ বন্ধু হৈ থাকক

by News Desk
57 views
A+A-
Reset

নলবাৰীঃ ৰাজ্যৰ দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা লোকসকলৰ বাবে বিপদৰ বন্ধু হৈ পৰিছিল ১০৮ এম্বুলেঞ্চ সেৱা৷ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত মানুহৰ হাতে হাতে থকা মোবাইলটোৱে সকলো হৈ পৰিছে৷ অনলাইন বজাৰ কৰাৰ পৰা আৰম্ভ কৰি গাড়ী পৰ্যন্ত বুকিং কৰালৈকে সকলো এতিয়া মোবাইলটোতে হয়৷ মোবাইলৰ জনপ্ৰিয়তাৰ সময়তে তদানীন্তন কংগ্ৰেছ চৰকাৰে অসমত আৰম্ভ কৰিছিল ১০৮ এম্বুলেঞ্চ সেৱা৷ মোবাইলেৰে ফোন কৰাৰ কিছু সময় পিছতে গন্তব্য স্থানত উপস্থিত হৈছিল এম্বুলেঞ্চ খনে৷

ততাতৈয়াকৈ চিকিৎসালয় ভৰ্তি কৰাৰ লগতে গাড়ীৰ ভিতৰতে সামন্য হলেও চিকিৎসা সেৱা আগবঢ়াই বিৰল কাম কৰিছিল অসমত৷ দুৰ্ঘটনা, অগ্নিকাণ্ড আদিত ব্যাপক সহায়ক হৈ পৰিছিল এই সেৱা৷ ৰাজ্যৰ গাঁৱে-ভুঞে দুৰ্যোগৰ সন্মুখীন হোৱা তথা হঠাৎ ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ বাবে ১০৮ এম্বুলেঞ্চ সেৱাই একপ্ৰকাৰ ভগৱানৰ ৰূপত থিয় দিছিল৷ কিন্তু লাহে লাহে লাহে সময়বোৰ পাৰ হৈ গ’ল আৰু ১০৮ এম্বুলেঞ্চ সেৱাও মৃত্যু মুখলৈ গতি কৰিলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0