80
গোৰেশ্বৰঃ অহা ১০ মাৰ্চত সমগ্ৰ দেশতে মুক্তি লাভ কৰিব অসমৰ স্বাধীনতা সংগ্ৰামী কনকলতাৰ জীৱন আধাৰিত হিন্দী ছবি ‘পূৰব কী আৱাজ’। গোৰেশ্বৰত প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰি চিনেমাখনৰ প্ৰয়োজক লোকনাথ ডেকাই ছবিখনৰ বিভিন্ন দিশ সামৰি কয় যে ‘পূৰব কী আৱাজ’ সঁচা অৰ্থত উত্তৰ-পূববাসীৰ সমস্বৰ।
প্ৰথমবাৰৰ বাবে হিন্দী কথাছবিত নাগাৰা নাম। কৰ মুক্ত কৰিবলৈ চৰকাৰক অনুৰোধ ।