103
চতিয়াঃ গাঁও বুলি ক’লে আমাৰ চকুৰ আগত ভাঁহি উঠে এখন সুজলা-সুফলা গাৱৰ ছবি। কিন্তু তাৰ এখন সম্পুৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে চতিয়াৰ খাটোৱাল গাৱত।
নেদেখিলে আপুনি কল্পনা কৰিব নোৱাৰিব। এনে এক পুঁতিগন্ধময় পৰিৱেশত বাস কৰিছে খাটোৱাল গাৱৰ চাহ জনগোষ্ঠীৰ ভালেকেইটা পৰিয়ালে।
স্বাধীনোত্তৰ কালৰেপৰা গাওঁখনত বাস কৰা চাহ জনজাতিৰ পৰিয়ালকেইটাক উন্নয়নে চুব পৰা নাই। চতিয়াৰ ৪ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই গাওঁখনৰ পৰিয়ালকেইটাই পোৱা নাই কোনো ধৰণৰ চৰকাৰী সা-সুবিধা।