Home ৰাজ্যবিশ্বনাথত আটক সংবিজিত গোটৰ দূধৰ্ষ কেডাৰ

বিশ্বনাথত আটক সংবিজিত গোটৰ দূধৰ্ষ কেডাৰ

by News Desk
96 views
A+A-
Reset

বিশ্বনাথঃ এনডিএফবিৰ বিৰুদ্ধে বিশ্বনাথত চিআৰপিএফৰ সহযোগত চলোৱা অভিযানত পুনৰবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ আৰক্ষী। এইবাৰ এনডিএফবিৰ নিষিদ্ধঘোষিত সংবিজিত গোটটোৰ এজন দূধৰ্ষ কেডাৰক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত আটক হোৱা কেডাৰজন হৈছে সান্থালা নাৰ্জাৰী।

উল্লেখ্য যে বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তত আজি ভালেকেইদিন ধৰি আৰক্ষীয়ে অভিযান চলাই আহিছে। ১ মাৰ্চত পহুখোৱা অঞ্চলত আৰক্ষীৰ সৈতে এনডিএফবিৰে হোৱা মুখা-মুখি সংঘৰ্ষত দুজন এনডিএফবি কেডাৰ পলাই যাবলৈ সক্ষম হৈছিল যদিও বিনয় বসুমতাৰী নামৰ এজন সদস্য ধৰা পৰিছিল। কেডাৰজনৰপৰা আৰক্ষীয়ে পিস্তল, ম’বাইল আৰু চিম কাৰ্ড জব্দ কৰিছিল আৰক্ষীয়ে। এইসূত্ৰেই পলাতক সদস্যকেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0