Home ৰাজ্য১৩ জানুৱাৰীৰ পৰা ঐতিহাসিক নেহৰুবালিত ভোগালী উৎসৱ

১৩ জানুৱাৰীৰ পৰা ঐতিহাসিক নেহৰুবালিত ভোগালী উৎসৱ

by News Desk
59 views
A+A-
Reset

নগাঁওঃ সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা ১৩ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক নেহৰুবালি আৰু ডচন স্কুল খেলপথাৰত অনুষ্ঠিত হ’ব ভোগালী বিহু উৎসৱ৷ ১৩ জানুৱাৰীত ডচন স্কুল খেলপথাৰত উৰুকাৰ বজাৰ, জনগোষ্ঠীয় খাদ্য মেলা আৰু ভেলাঘৰত নাম-কীৰ্তন আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব৷

১৪ জানুৱাৰীত একেটা স্থানতে পুৱাৰ ভাগত মেজি প্ৰজ্বলনেৰে অগ্নি সেৱা, বয়োজ্যেষ্ঠ নাগৰিকক অসমীয়াৰ পৰম্পৰা অনুসৰি শ্ৰদ্ধা জ্ঞাপন আৰু বিহুৰ সমূহীয়া জলপান গ্ৰহণ কৰা হ’ব৷ দুপৰীয়া ঐতিহাসিক নেহৰুবালিৰ বাকৰিত বিহুৰ পতাকা উত্তোলনৰ লগতে প্ৰদৰ্শনীমূলক ৰে’ল আৰু আত্মসহায়ক গোটৰ বিপনী মুকলি কৰা হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0