Home ৰাজ্যGNRCৰ ৰোগী কঢ়িওৱা বাহনেৰে এটিএম লুটিবলৈ আহি জালত পৰিল ৭গৰাকী চোৰ

GNRCৰ ৰোগী কঢ়িওৱা বাহনেৰে এটিএম লুটিবলৈ আহি জালত পৰিল ৭গৰাকী চোৰ

by News Desk
51 views
A+A-
Reset

জাগীৰোডঃ ৰাজ্যত সঘনাই চুৰি ডকাইতি কাণ্ড সংঘটিত হৈ অহাৰ সময়তে শুকুৰবাৰে নিশা ৰোগী কঢ়িওৱা বাহনেৰে এটিএম লুটিবলৈ আহি জালত পৰিল ৭গৰাকী চোৰ৷ মাজনিশা এটিএম লুটিবলৈ আহি মৰিগাঁও আৰক্ষীৰ জালত পৰে ৭জনকৈ চোৰ৷ বিভিন্ন সময়ত সংঘটিত চুৰি-ডকাইতিৰ ঘটনাৰ সৈতে জড়িত লোক ধৰা পৰে যদিও বহু সময়ত ঘটনাৰ সৈতে জড়িত লোকক আটক কৰিবলৈ সক্ষম নহয় আৰক্ষীয়ে৷

কিয়নো চুৰিকাৰ্যত চোৰে ব্যৱহাৰ কৰা দেখা গৈছে ৰোগী কঢ়িওৱা বাহন৷ ৰোগী কঢ়িওৱা বাহন ব্যৱহাৰ কৰিলে আৰক্ষীয়ে সন্দেহ নকৰে৷ ফলত চোৰে সহজে চুৰি কাৰ্য সংঘটিত কৰি অনায়াসে পলায়ণ কৰিব পাৰে৷ মৰিগাঁও জিলাৰ জাগীৰোডত শুকুৰবাৰে নিশা ৰোগী কঢ়িওঁৱা বাহনেৰে এটি এম লুটিবলৈ আহি আৰক্ষীৰ জালত পৰে নলবাৰী আৰু বাক্সা জিলাৰ উমেদ আলী, কাছেম আলী, চাহজাহান আলী, মোকছেদ আলী, ৰহমান আলী, মাহিদ আলী আৰু লাল চান্দ আলী নামৰ সাতগৰাকী চোৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0