Home ৰাজ্যদৰ্শকৰ অভাৱত ৰাজমুকুট থিয়েটাৰৰ প্ৰদৰ্শনী বাতিল

দৰ্শকৰ অভাৱত ৰাজমুকুট থিয়েটাৰৰ প্ৰদৰ্শনী বাতিল

by News Desk
64 views
A+A-
Reset

নগাঁওঃ ভ্ৰাম্যমান থিয়েটাৰৰ পূৰ্বৰ যশ-খ্যাতি বহুখিনি হ্ৰাস পোৱাৰ লগতে উদ্যোগটোক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে নগাঁও জিলাত এটা ভ্ৰাম্যমান নাট্যদলে দৰ্শকৰ অভাৱত নাট প্ৰদৰ্শনী বাতিল কৰিবলগীয়া হোৱাৰ দৰে ঘটনা সংঘটিত হয়৷ নগাঁৱৰ দৰে সাংস্কৃতিক ক্ষেত্ৰত চহকী ঠাইত দৰ্শকৰ সহাৰি লাভ কৰিব নোৱাৰি প্ৰদৰ্শনী বাতিল কৰিবলগীয়া হোৱাত সাংস্কৃতিক মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে, জিলাখনৰ জাজৰিৰ সমীপৰ দলংঘাটৰ বেলতল খেলপথাৰত স্থানীয় এটা অনুষ্ঠানৰ আমন্ত্ৰণ ক্ৰমে যোৱা ৯ জানুৱাৰীৰ পৰা তিনি নিশাৰ নাট প্ৰদৰ্শনৰ বাবে আহিছিল আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল ৰাজমুকুট থিয়েটাৰে৷ প্ৰথম নিশা যথেষ্ট সংখ্যক দৰ্শকৰ উপস্থিতিত দলটোৱে নাট প্ৰদৰ্শন কৰে যদিও নাটকে দৰ্শকক আমোদ দিয়াৰ পৰিৱৰ্তে বিৰক্তহে কৰে বুলি চৰ্চা আৰম্ভ হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0