67
ডিজিটেল ডেস্কঃ গুজৰাট আৰু হিমাচল প্ৰদেশত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত বিজেপি শাসিত মধ্যপ্ৰদেশৰ পৌৰ সভাৰ নিৰ্বাচনত বিজেপিক ধৰাশয়ী কৰে কংগ্ৰেছে। বিজেপিৰ দুৰ্গ ৰূপে খ্যাত মধ্য প্ৰদেশত বিজেপিৰ এনে শোচনীয় পৰাজয় বৰণ এতিয়া সংবাদ মাধ্যমত চৰ্চা হ’বলৈ ধৰিছে।
যিসময়ত ভাৰতবৰ্ষৰ ২৯ খন ৰাজ্যৰ ভিতৰত অধিকাংশ ৰাজ্যতেই বিজেপিয়ে নিজৰ ভেটি শক্তিশালী কৰাৰ লগতে মেঘালয়, নগালেণ্ড আৰু ত্ৰিপুৰা দখল কৰাৰ সপোন দেখি থকা বিজেপিয়ে বেয়াকৈ মুখেথেকেচা খাই।