105
বালিপৰাঃ ৰাজ্যৰ খনৰ কৃষকসকলে চকুলো টুকি দিন পাৰ কৰিব লগা হয়৷ কেতিয়াবা বানাপনী, কেতিয়াবা পোকে কন্দুৱাই ৰাজ্যৰ কৃষকক৷
কৃষকে কেতিয়াবা খেতি পথাৰত পানীৰ বাবে হাহকাৰ কৰিব লগা হয়৷ কৃষকৰ আৰ্তনাদ মৰিষণ কৰিবলৈ চৰকাৰে কোটি কোটি টকা খৰছ কৰি খেতিয়কৰ সমস্যা সমাধানৰ বাবে আঁচনি ৰূপায়ণ কৰে যদিও কৃষকৰ চকুলোৰ যেন অন্ত নপৰে৷ ইখনৰ পিছত সিখন চৰকাৰ আহে আৰু কৃষকক আতিশয্যা চলাই যায়৷