Home ৰাজ্যনিৰাপত্তাৰক্ষীয়ে আক্ৰমণ কৰিলে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক, হোজাইত চাঞ্চল্য

নিৰাপত্তাৰক্ষীয়ে আক্ৰমণ কৰিলে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক, হোজাইত চাঞ্চল্য

by News Desk
56 views
A+A-
Reset

হোজাইঃ হোজাই জিলাৰ লামডিঙত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন হৈ অহা ৰে’ল নগৰী লামডিংত এটাৰ পিছত এটা ঘটনা সংঘটিত হোৱাৰ সময়তে ৰাইজৰ সহযোগত আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ী চক্ৰক উৎসাত কৰে৷

জানিব পৰা মতে, লামডিং ৰেলৱে ষ্টেছনৰ বিশ্ৰাম কক্ষত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত বাতৰি সংগ্ৰহ কৰিব যোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে সংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে কেমেৰা ভাঙি পেলোৱাৰ চেষ্টা কৰে৷ লামডিং অ’ফিচাৰ্চ ক’লনিৰ পি-২০০এ ৰেলৱে আৱাস গৃহত আৰক্ষীয়ে ৩জন যুৱকৰ সৈতে এগৰাকী অৰুণাচলৰ যুৱতীক আটক কৰিবলৈ সক্ষম হোৱাৰ সময়তে সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0