Home গুৱাহাটীজিলিকি উঠিছে মহানগৰী, প্ৰধানমন্ত্ৰী-বিদেশী নেতা-বিনিয়োগকাৰীক আদৰিবলৈ সাজু চৰকাৰ

জিলিকি উঠিছে মহানগৰী, প্ৰধানমন্ত্ৰী-বিদেশী নেতা-বিনিয়োগকাৰীক আদৰিবলৈ সাজু চৰকাৰ

by News Desk
83 views
A+A-
Reset

গুৱাহাটীঃ নতুন ইতিহাস ৰচনা কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে Advantage Assamৰ Global Investor Summit অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে যদিও সময়েহে ক’ব কিমান দূৰ সফল হ’ব চৰকাৰ৷ কিন্তু এয়া সত্য যে এক নতুন জাক জমক পৰিস্থিতিৰ সাক্ষী হৈ ৰ’ব ৰাজ্যবাসী৷

ইয়াৰ পূৰ্বে হয়তো কোনো চৰকাৰে এনেদেৰ গুৱাহাটী মহানগৰীক সজাই পৰাই তোলা নাছিল৷ ৰাজ্য চৰকাৰে ইতিহাস সৃষ্টি কৰিব খুজি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীত একত্ৰিত কৰি অসমৰ বাণিজ্যিক পৰিস্থিতিৰ সৈতে মুখামুখি কৰাৰ চেষ্টা চলাইছে৷ কিন্তু কিমান দূৰ সফল হ’ব সেয়া সময়েহে কব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0