Home গুৱাহাটীবিশ্ব বাণিজ্য সন্মিলনৰ দেওবাৰে দ্বিতীয় দিন, Tech Cityৰ আধাৰশিলা স্থাপন

বিশ্ব বাণিজ্য সন্মিলনৰ দেওবাৰে দ্বিতীয় দিন, Tech Cityৰ আধাৰশিলা স্থাপন

by News Desk
111 views
A+A-
Reset

গুৱাহাটীঃ ৰাজ্য চৰকাৰে শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা বিশ্ব বাণিজ্য সন্মিলনৰ দেওবাৰে দ্বিতীয় দিন। দেশৰ প্ৰধানমন্ত্ৰী, কেইবাখনো দেশৰ নেতা, বিনিয়োগকাৰীৰ উপস্থিতিত শনিবাৰৰ পৰা ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত আৰম্ভ হোৱা Advantage Assamৰ Global Investor Summitত কেইবা খন MoU স্বাক্ষৰ কৰা হয়৷ য’ত দেশী-বিদেশী বিনিয়োগকাৰীয়ে অসমত নিয়োগ কৰাটো একপ্ৰকাৰ খাতাং হৈ পৰে৷ Advantage Assamৰ বাবে অসম ভৰি পৰিছে দেশী-বিদেশী আলহীৰে আজিও ভৰি আছে অসম৷

শনিবাৰে পুৱা ১১ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে খানাপাৰালৈ আহে আৰু প্ৰায় ৪৪ মিনিট ভাষণ প্ৰদান কৰে৷ মুকেশ আম্বানী, অজিত সিং আদিৰ দৰে দেশৰ বিশিষ্ট উদ্যোগপতি উপস্থিত থাকে৷ উদ্যোগপতিসকলে কেইবা হাজাৰ টকা অসমত বিনিয়োগ কৰাৰ আশ্বাস দিয়ে৷ আনহাতে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত টুইন টাৱাৰ নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে ৬৫,১৮৬ কোটি বিনিয়োগ কৰাৰ কথা চৰকাৰে প্ৰকাশ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0