Home গুৱাহাটী১০ ঘন্টীয়া অভিযানৰ অন্তত উদ্ধাৰ অপহৃত ৫ বছৰীয়া শিশু, জালত অপহৰণকাৰী

১০ ঘন্টীয়া অভিযানৰ অন্তত উদ্ধাৰ অপহৃত ৫ বছৰীয়া শিশু, জালত অপহৰণকাৰী

by News Desk
79 views
A+A-
Reset

গুৱাহাটীঃ সোমবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ পৰা এটি ৫ বছৰীয়া শিশুক অপহৰণ হোৱাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে প্ৰায় ১০ ঘন্টীয়া অভিযানৰ অন্তত শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে প্ৰায় ১০ ঘন্টীয়া অভিযানৰ অন্তত মহানগৰীৰ ফটাশীল আমবাৰীৰ ভাস্কৰ নগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটোক৷

জানিব পৰা মতে, মানভিক নামৰ ৫ বছৰীয়া শিশুটোক সোমবাৰে পৰিয়ালৰ লোকে খ্ৰীষ্টান বস্তীৰ kidveda স্কুলত থৈ আহে৷ তাৰ মাজতে প্ৰায় ১১.৩০ বজাত বিদ্যালয় খনত এগৰাকী লোক উপস্থিত হৈ মানভিৰ পৰিয়ালৰ লোক বুলি চিনাকি দিয়ে৷ শিশুটোক নগাঁৱৰ আলহীৰ ঘৰলৈ নিব লাগে বুলি স্কুলৰ পৰা লৈ আহে৷ লোকগৰাকীয়ে শিশুটোক বিদ্যালয়ৰ পৰা লৈ অহাৰ পিছতে মাতৃ বিদ্যালয়ত উপস্থিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0