Home ৰাজ্যআঙুৰলতা ডেকাৰ সমষ্টিত চলিব ঘোৰাৰ গাড়ী, প্ৰস্তাৱ ৰাইজৰ

আঙুৰলতা ডেকাৰ সমষ্টিত চলিব ঘোৰাৰ গাড়ী, প্ৰস্তাৱ ৰাইজৰ

by News Desk
59 views
A+A-
Reset

নগাঁওঃ সভা-সমিতিয়ে বৰ বৰ কথা কোৱা আঙুৰলতা ডেকাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ বাট-পথৰ কদৰ্যময় অৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপটো ওলাই পৰা বুলি ৰাইজে অভিযোগ উত্থানপ কৰে৷ সভা-সমিতিয়ে নিজ সমষ্টিৰ ৰাস্তা-ঘাটৰ উন্নয়ন কৰাৰ কথা কোৱা বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ একাংশ বাট-পথৰ বিধ্বস্ত ৰূপে ৰাইজে যমৰ-যাতনা ভোগ কৰি আহিছে৷

সমষ্টিটোৰ বিভিন্ন পথৰ লগতে বটদ্ৰৱা থান সংযোগী ভেটিবাৰী-ছালনাবড়ি পথটো গড়কাপ্তানী বিভাগে বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰে৷ ভেটিবাৰী-ছালনাবড়ি পথটোৰ জৰাজীৰ্ণ অৱস্থাই বটদ্ৰৱা সমষ্টিৰ উন্নয়নৰ স্বৰূপটো জলজল পটপটকৈ উদঙাই দিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ বছৰ বছৰ ধৰি মেৰামতিৰ নামত শিলগুটি এটাও নপৰা গুৰুত্বপূৰ্ণ পথটো অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি নৰক যন্ত্ৰণা ভোগ কৰি আহিবলগীয়া হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0