Home ৰাজ্যলোকে-লোকাৰণ্য চিয়াং নদীৰ পাৰ, অৰুণাচলত আলি-আয়েঃ-লৃগাং উৎসৱত অংশ ললে সোণোৱালে

লোকে-লোকাৰণ্য চিয়াং নদীৰ পাৰ, অৰুণাচলত আলি-আয়েঃ-লৃগাং উৎসৱত অংশ ললে সোণোৱালে

by News Desk
114 views
A+A-
Reset

জোনাইঃ অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটৰ বক্কুল মেঃবত চিয়াং নদীৰ পাৰত শুকুৰবাৰৰ পৰা তিনিদীনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মিচিংসকলৰ আলি-আয়েঃ-লৃগাং উৎসৱ৷ পৰম্পৰাগত ভাৱে পালন কৰা মিচিং জনগোষ্ঠীৰ আলি-আয়েঃ-লৃগাং উৎসৱ থলী লোকে লোকাৰণ্য হৈ পৰিছে৷

আলি-আয়েঃ-লৃগাং হ’ল মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ৷ বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে ব্যাপক উলাহ মালহেৰে পালন কৰে আলি-আয়েঃ-লৃগাং উৎসৱ৷ অৰুণাচলৰ পূৱ চিয়াং জিলাৰ পাচিঘাট মেবৰ বাক্কুলত চিয়াং নদীৰ পাৰত মনোমোহা পৰিৱেশৰ মিলিত হৈছে অৰুণাচলৰ আদী আৰু অসমৰ মিচিংসকল৷ অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষতাত ব্যাপক উলাহ মালহেৰে অনুষ্ঠিত হৈছে আলি-আয়েঃ-লৃগাং উৎসৱ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0